চেণ্ডেল

মনত পৰেনে তোমাৰ
সেই শিমলুতলৰ এসন্ধ্যাৰ কথা
তুমি যে মোক এৰি থৈ গৈছিলা
দুখীয়াঘৰৰ ফকিৰ বুলি ঠাট্টা কৰি ।
সচাকৈ আজি বৰকৈ মনতো বেয়া লাগিছে
শিমলুতলতেই তোমাৰ ১০০ টকীয়া চেণ্ডেলৰ চিলনি মাৰি থকা কাণ্ড দেখি,
Google Pay টো check কৰিবা ২০০ টকা এটা পঠিয়াই দিছোঁ, নতুন এযোৰ কিনি ল'বা ।

#love diary 01

 60******83 🥺  এমুঠি জীয়া প্ৰেমৰ সেই সপোনৰ ঠিকনাটি 💕 আজিও নষ্টালজিক আবেগৰ এসন্ধ্যা, প্ৰেমৰ অনুভৱবোৰে বাৰু অকলে থাকিলে বেছিকৈ আমনি কৰে নেক...